ৰাজ্যত পুনৰ সংঘটিত হৈছে ৰেগিং কাণ্ড

ৰাজ্যত পুনৰ সংঘটিত হৈছে ৰেগিং কাণ্ড।এইবাৰ গোৱালপাৰা সৈনিক স্কুলত ৰেগিংৰ ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে।জেষ্ঠ ছাত্রৰ প্ৰহাৰত আহত হৈছে কেইবাগৰাকীও কণিষ্ঠ ছাত্ৰ।ইতিমধ্যে dgp কার্যলয়ত অভিযোগ দাখিল কৰিছে পৰিয়ালৰ লোকে।ইয়াৰ পিছতেই মৰনৈ থানাই নিজা ববীয়াকৈ গোচৰ ৰুজু কৰিছে ৰেগিং কাণ্ডৰ বিৰুদ্ধে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *