ৰাজ্যত চৌদিশে বন্য হস্তীৰ উপদ্ৰৱ

লংকাৰ ফৰমাপাৰত বন্যহস্তী অহা যোৱা কৰা পথত বৈদ্যুতিক স্বৰ্ট লগাই পথ বন্ধ কৰাৰ অভিযোগ।ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাত,তাৰে সমান্তৰালকৈ লংকাৰ ফৰমাপাৰ অঞ্চলত উপদ্ৰব চলাই আহিছে প্ৰায় এশজনীয়া এটা হাতীৰ জাকে।
বন্যহস্তীৰ উপদ্ৰবত অঞ্চলটোৰ প্ৰায় ২০০ হেক্টৰ খেতি মাটিত কুঁহিয়াৰ,কলখেতি,তামোলৰ খেতিত উপদ্ৰৱ চলাই নষ্ট কৰি পেলাই। আৰু তাৰে সমান্তৰালকৈ লংকাৰ ফৰমাৰপাৰত বৈদ্যুতিক স্বৰ্ট লগাই বনৰীয়া হাতীৰ অহা যোৱা পথ বন্ধ কৰি দিয়াৰ ফলত বনৰীয়া হাতীৰ জাকটোৱে উপদ্ৰব চলাই বুলি অভিযোগ উত্থাপন কৰিছিল যদিও অভিযোগ নস্যাত কৰিছে একাংশ ৰাইজে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *