ৰাজ্যজুৰি সামাজিক মাধ্যমত ভাইৰেল হৈ থকা ৰিতুল হুছেইনক গ্ৰেপ্তাৰ

ৰাজ্যজুৰি সামাজিক মাধ্যমত ভাইৰেল হৈ থকা ৰিতুল হুছেইনক গ্ৰেপ্তাৰ।নিজ বাসগৃহৰ পৰাই গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।লাভ জেহাদৰ সম্বোধন কৰিছিল সামাজিক মাধ্যমত।তাৰ পিছতে গ্ৰেপ্তাৰ কৰিছে ৰিতুল হুছেইনক।উল্লেখযোগ্য যে সংবাদমেলৰ জৰিয়তে লাভ জেহাদৰ অভিযোগ দিছিল যুৱতী গৰাকীক।তাৰ পিছতে যুৱতী গৰাকী আৰু পিতৃয়ে হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিছিল।হিমন্ত বিশ্ব শৰ্মাৰ তত্বাৱধানতেই গ্ৰেপ্তাৰ কৰিলে ৰিতুল হুছেইনক।কেবাটাও গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে ৰিতুল হুছেইনক।বৰপেটাৰ মন্দিয়াৰ পৰা গ্ৰেপ্তাৰ কৰে ৰিতুল হুছেইনক।লাভ জেহাদৰ বলি হোৱা যুৱতী গৰাকীৰ গোচৰৰ ভিত্তিতেই গ্ৰেপ্তাৰ হয় ৰিতুল।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *