ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত গঢ়িছে অভিলেখ সৃষ্টি যোৰহাট পৰিবহণ বিভাগে

ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত গঢ়িছে অভিলেখ সৃষ্টি যোৰহাট পৰিবহণ বিভাগে।২০২২-২৩ বিত্তীয় বৰ্ষত যোৰহাটত পৰিবহণ বিভাগে ৬৩ কোটি ২১লাখ টকাৰ ৰাজহ সংগ্ৰহ।নিৰ্ধাৰিত নিৰীক্ষতকৈ 2 কোটি অধিক টকা সংগ্ৰহ কৰে যোৰহাট জিলা পৰিবহন বিভাগে।চৰকাৰৰ ৰাজকোষ টনকীয়াল কৰাত গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছে যোৰহাট পৰিবহণ বিভাগে।সুৰাপায়ী ছালক, পথ সুৰক্ষা, অতিৰিক্ত বোজা পৰিবহণ আদিৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰি আহিছে যোৰহাট পৰিবহন বিষয়া গৰাকীয়ে।অনাগত দিনত আৰু অধিক উৎসাহেৰে কাম কৰিব বুলি জানিব দিয়ে পৰিবহণ বিষয়া গৰাকীয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *