ৰঙিয়া ৰে’ল ষ্টেচনত দুটাক পিষ্টল, গুলী,চোকা অস্ত্ৰসহ আটক এজনক

73

ৰঙিয়া ৰে’ল ষ্টেচনত দুটাক পিষ্টল, গুলী,চোকা অস্ত্ৰসহ আটক এজনক।

ৰে’ল আৰক্ষীৰ তালাচিত আটক নুৰ আলী যুৱক এজনক।

আটকাধীন যুৱকজনৰ বেগৰ পৰা ১১ টা সজীৱ গুলী দুটা পিষ্টল এখন চুৰিকে ধৰি বিভিন্ন চোকা অস্ত্ৰ আৰু নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৰে’ল আৰক্ষীয়ে।

আটকাধীন যুৱকজনৰ নাম নুৰ আলী।

বিহাৰৰৰ বাসিন্দা যুৱকজনে প্ৰাথমিক তদন্তত আহমদাবাদলৈ যাবলৈ অহা বুলি স্বীকাৰ কৰে।