ৰক্ষকেই হৈ পৰিছে এতিয়া ভক্ষক

ৰক্ষকেই হৈ পৰিছে এতিয়া ভক্ষক।এইবাৰ দৰঙৰ ছিপাঝাৰ আৰক্ষী থানাৰ উপপৰিদৰ্শক নিতাই ৰয়ক পুৱতি নিশা কোকোৰাঝাৰৰ ফকিৰাগ্ৰাম থানাৰ আৰক্ষীৰ গ্ৰেপ্তাৰ ৷

পূৰ্বৰ এক গোচৰত  আৰক্ষী বিষয়া জনক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে ।

পুৱতি নিশা বিষয়াজনক ছিপাঝাৰৰ থানাৰ আৱাস গৃহৰ পৰা গ্ৰেপ্তাৰ কোকোৰাঝাৰৰ ফকীৰাগ্ৰাম আৰক্ষীয়ে।আৰু তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *