৭৭ বছৰীয়া অপেক্ষাৰ অন্ত

34

৭৭ বছৰীয়া প্ৰতীক্ষাৰ অন্ত।

টীম ইণ্ডিয়াত অসম সন্তান ৰিয়ান পৰাগ।

টীম ইণ্ডিয়াত স্থান পোৱা প্ৰথম অসমীয়া ৰিয়ান পৰাগ।

জিম্বাৱ’ৱে ভ্ৰমণৰ ভাৰতীয় দলত অসমৰ ৰিয়ান।

IPL ২০২৪ত তৃতীয় সৰ্বাধিক ৰাণ।

IPL ২০২৪ত চাৰিটা অৰ্ধশতক।

IPL ২০২৪ত ৰাজস্থান ৰয়েলছৰ টপ স্ক’ৰাৰ ৰিয়ান।