৩দিনৰ CBI জিম্মালৈ প্ৰেৰণ স্বপ্ননীল দাসক

৩ দিনৰ CBIৰ জিম্মালৈ প্ৰেৰণ স্বপ্ননীল দাসক। আদালতত হাজিৰ কৰোৱাই স্বপ্ননীলক জিম্মাত ল’লে CBI-এ। দিছপুৰ থানাত ৯৩৪/২৪ নম্বৰত স্বপ্ননীলৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ। লাষ্টগেটত TFAL নামেৰে প্ৰতিষ্ঠান খুলি ট্ৰেডিঙৰ প্ৰশিক্ষণ দিছিল স্বপ্ননীলে। দিছপুৰ থানাত ৰুজু হোৱা গোচৰটোত কেইবাদিনো জিম্মাত লৈ জেৰা চলাইছিল আৰক্ষীয়ে। স্বপ্ননীলৰ পৰা পোৱা তথ্যসমূহ CBIলৈ হস্তান্তৰ কৰিছিল আৰক্ষীয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *