২২ জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব অযোধ্যাৰ ৰাম মন্দিৰ। ২২ জানুৱাৰীত নহয়, ২৩ জানুৱাৰীৰ পাছত হে সকলোকে অযোধ্যা ভ্ৰমণৰ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। অযোধ্যাত কেইবাটাও প্ৰকল্পৰ মুকলি, শিলান্যাস কৰি এই মন্তব্য প্ৰধানমন্ত্ৰীৰ।