২০৪১ চনলৈ মুছলমান সংখ্যাগৰিষ্ঠ হ’ব”

30

“২০৪১ চনলৈ মুছলমান সংখ্যাগৰিষ্ঠ হ’ব”

“তাত কোনেও বাধা দি ৰাখিব নোৱাৰে”

“মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ হাৰ অসমত হিন্দুকৈ দুগুণ”

“প্ৰতি দহ বছৰে মুচলমানৰ জনসংখ্যা বৃদ্ধি হয় ২৯-৩০ শতাংশ”

” হিন্দুৰ হাৰ ১৬ শতাংশ।’’

“ৰাহুল গান্ধী জন্ম নিয়ন্ত্ৰণৰ ব্ৰেণ্ড এম্বেচাদৰ হ’ব লাগে বুলিও সংবাদ মেলত কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই”

“মুখ্যমন্ত্ৰীয়ে কয়, মুছলমানে কংগ্ৰেছ আৰু ৰাহুল গান্ধীৰ কথা শুনিব, মোদীৰ কথা নুশুনে”