২০২৬ৰ ১১ জুনৰ পৰা আৰম্ভ হ’ব বিশ্বকাপ ফুটবল

২০২৬ৰ ১১ জুনৰ পৰা আৰম্ভ হ’ব বিশ্বকাপ ফুটবল। মেক্সিকোৰ আজটেকা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব প্ৰথমখন মেচ। নিউ জাৰ্ছীত ১৯ জুলাইত অনুষ্ঠিত হ’ব ফাইনেল। আটলাণ্টা আৰু ডালাছত হ’ব ছেমি-ফাইনেল। লছ এঞ্জেলছ, বষ্টন, মিয়ামী আৰু কা-চিটিত হ’ব কোৱাৰ্টাৰ ফাইনেল। কানাডা, মেক্সিকো, আমেৰিকাত অনুষ্ঠিত হ’ব ‘২৬ৰ বিশ্বকাপ ফুটবল। ১৬খন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ১০৪খন মেচ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *