১৯ বছৰীয়া যুৱতীক ধৰ্ষণ বিবাহিত পুৰুষৰ



বজালীৰ বালাপাৰাত সমাজক লজ্বানত কৰা ঘটনা

কাৱৈমাৰী ১২ নং ব্লকৰ গাৰিভিঠাত যুৱতীক ধৰ্ষণ

১৯ বছৰীয়া যুৱতীক ধৰ্ষন বিবাহিত পুৰুষৰ

একে গাৱৰে বনজিত বৰ্মনে ধৰ্ষন কৰে যুৱতীক

২০ নবেম্বৰত সংঘটিত হৈছিল জঘন্য ঘটনাটো

বালাপাৰা আৰক্ষী চকীত গোচৰ পৰিয়ালৰ

বালাপাৰা আৰক্ষীৰ ভূমিকাত সন্দেহ ৰাইজৰ


অভিযুক্ত ধৰ্ষনকাৰীক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী

উচিত ন্যায়ৰ বাবে মূখ্যমন্ত্রীক হাতযোৰ কৰি
দূৰ্ভগীয়া পৰিয়ালটোৰ আবেদন

২০ নবেম্বৰৰ পূৱা প্ৰায় ৮-৩০ বজাত পিতৃ মাতৃ নথকাৰ সুযোগত একে গাৱৰে ২৯ বছৰীয়া বিবাহিত পুৰুষ বনজিত বৰ্মনে
ভদ্ৰেশ্বৰ কলিতাৰ জিয়াৰীক বলপূর্বক ধৰ্ষন কৰে।

ইয়াৰ পিছত বৰমাক আহি ঘটনাস্থলীত উপস্থিত হোৱাত বনজিত বৰ্মনে পলায়ন কৰে। ইয়াৰ পিছত বালাপাৰা আৰক্ষী চকীত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে আজিলৈ ধৰ্ষন অভিযুক্ত গৰাকীক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।

অহা এপ্রিল মাহত বিয়াৰ ঠিক হৈ আছিল যুৱতীগৰাকীৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ন্যায় দিবলৈ হাতযোৰ কৰি প্ৰাৰ্থনা ভূক্তভোগী পিতৃ মাতৃৰ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *