১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।



১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা।

লখিমপুৰৰ হাৰমতিত ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়।

থিতাতে নিহত দুজন স্কুটী আৰোহী, এজন মেজিক আৰোহী ।
স্কুটী আৰু টাটা মেজিকৰ মুখামুখি সংঘৰ্ষ।

বান্দৰদেৱাৰ পৰা লালুক অভিমুখে আহি থকা AS07BC 1799 পঞ্জীয়নকৃত যাত্ৰীবাহী মেজিক খনে বান্দৰদেৱাৰ দিশত গৈ থকা AR01 M 0945 পঞ্জীয়নকৃত স্কুতি খনত মুখামুখী সংঘৰ্ষ ।

নিহত তিনি ব্যক্তিৰ নাম ক্ৰমে অশ্বাদুল ইছলাম আৰু আমিৰ উদ্দীন আৰু হাবিবুৰ ৰহমান।

সম্প্ৰতি সময়ত গুৰুত্ব বাবে আহত হোৱা কেইবাগৰাকী ব্যক্তিক লখিমপুৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *