হোজাইত ছাত্ৰ আৰু গাড়ী চালকৰ মাজত প্ৰচণ্ড মাৰপিট


হোজাইত ছাত্ৰ আৰু গাড়ী চালকৰ মাজত প্ৰচণ্ড মাৰপিট ।
হোজাই জিলাৰ নখুটি আৰক্ষী পহৰা চকীৰ সন্মুখত কলেজৰ ছাত্ৰ আৰু গাড়ী চালকৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়।

গাড়ী চালকে কলেজৰ ছাত্ৰৰ পৰা অতিৰিক্ত ভাড়া লোৱাৰ প্ৰতিবাদত আন্দোলন কৰি থকা সময়তে উক্ত মাৰপিটৰ ঘটনা সংঘটিত হয়।

গাড়ী চালকে গুৰুলা গুৰুল কৈ প্ৰহাৰ কৰে কলেজৰ ছাত্ৰক।গুৰুত্বৰ ভাবে আঘাটপ্ৰাপ্ত হয় এজন কলেজৰ ছাত্ৰ।

ইয়াৰ পিছতে পৰিস্থিতি আৰু উত্তপ্ত হৈ পৰে।। উদালী কলেজৰ ছাত্ৰই লংকা-নখুটি মূল পথত টায়াৰ জ্বলাই সম্পূৰ্ণ ভাবে অবৰোধ কৰে।

বৰ্ত্তমান আৰক্ষীৰ উচ্ছ পদস্থ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰনৰ চেষ্টা কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *