হাজোৰ ৰামদিয়াত আনন্দৰ বন্যা

হাজোৰ ৰামদিয়াত আনন্দৰ বন্যা।দিন হাজিৰা কৰা শ্ৰমিকৰ পুত্ৰই লাভ কৰিলে অষ্টম স্থান।সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰামদিয়া শংকৰদেৱ বিদ্যা নিকেতনৰ পৰা অষ্টম স্থান লাভ কৰিবলৈ সক্ষম হৈছে অৰ্ণৱ জ্যোতি দাসে।587 নম্বৰ লাভ কৰি হাজোৰ ৰামদিয়ালৈ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে অৰ্ণৱ জ্যোতি দাসে। বিভিন্ন দল-সংগঠনে ছাত্ৰ গৰাকীৰ বাসগৃহত উপস্থিত হৈ শুভেচ্ছা জ্ঞাপন কৰে।ইয়াৰ পাছতে কৃতি ছাত্ৰ অৰ্ণৱজ্যোতি দাসক লৈ শংকৰদেৱ শিশু বিদ্যা নিকেতন ৰামিদিয়াত ছাত্ৰ ছাত্ৰী সকলৰ উপস্থিতিত শোভাযাত্রা উলিওৱা হয়।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *