হাজোৰ সানপাড়া গ্ৰান্তৰ মহিলা সকলে নাম গাই প্ৰতিবাদ সাব্যস্ত

হাজো সমষ্টিৰ সানপাৰা গ্ৰান্তত চৰকাৰী আঁচনিৰ পৰা বঞ্চিত মহিলা সকল।হাজোৰ সানপাড়া গ্ৰান্তৰ মহিলা সকলে নাম গাই প্ৰতিবাদ সাব্যস্ত।কথাই কথাই বিকাশ আৰু উন্নয়নৰ ঢাক-ঢোল বজোৱা হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ হাজো সমষ্টিত প্ৰকৃততে হৈছে কি…?সমষ্টি বাসিয়ে নিজৰ বিধায়ীকাৰ নাম পাহৰি গৈছে লগতে পঞ্চায়তৰ সদস্যা উত্তৰা বাইদেউৰ উপৰতো অভিযোগ উত্থাপন কৰিছে।তীৰ্থনগৰী হাজো সানপাড়া গ্ৰান্তত মহিলাৰ প্ৰতিবাদ।অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত ব্যাপক অনিয়মৰ অভিযোগ।মাইক্ৰো ফাইনেঞ্চ মাফ কৰি নিদিয়াৰ অভিযোগ, ভাণ্ডৰৰ নামৰ চাউল কটা যোৱা অভিযোগ।অন্যহাতে PMY ঘৰ নোপোৱাৰ উপৰিও ঘৰ ঘৰ পানী যোগান আচনি নোপোৱাৰ বহু অভিযোগ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *