হাজোৰ দিহিনাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড

হাজোৰ দিহিনাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড প্ৰতিবেশীৰ নিৰ্মম প্ৰহাৰত প্ৰাণ হেৰুৱালে ৬০ ঊৰ্ধ্বৰ এজন লোকে। পুত্ৰৰ সন্মুখতে ভৱেন দাস নামৰ লোকজনক হত্যা কৰিলে ভাস্কৰ দাস ওৰফে বেহেন নামৰ যুৱকজনে। কোনো কথাত হোৱা কাজিয়াৰ পৰিণতিতে সংঘটিত হ’ল এই হত্যাকাণ্ড। ঘটনাৰ পাছতে পলায়ন কৰে ভাস্কৰ দাসে। খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *