সোৱণশিৰিৰ নদীৰ খহনীয়াৰ কাল ৰূপ

সোৱণশিৰিৰ নদীৰ খহনীয়াৰ কাল ৰূপ।

যাৰ ফলত আতংকিত হৈ পৰিছে নৈ পৰীয়া জনসাধাৰণৰ।

নদীৰ খহনীয়াৰ ফলত ভাবুকি আহিছে এতিয়া নৈ পৰীয়াৰ ৰাইজলৈ।

উল্লেখযোগ্য যে জলসম্পদ বিভাগৰ চুৰান্ত গাফিলতি বাবেই এই অৱস্থা সংঘটিত হৈছে।

ইতিমধ্যেই ঘৰ দুৱাৰ ভাঙি নিৰাপদ স্থানলৈ ধাপলি মেলিছে ৰাইজ।

যি কোনো মুহূৰ্ততে ভয়ঙ্কৰ বিপদ হ’ব পাৰে কাষৰীয়া জনসাধাৰণৰ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *