সোণাৰিৰ কাকতিবাৰী আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি

সোণাৰিৰ কাকতিবাৰী আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি।
কেইবাটাও দল-সংগঠনে ঘেৰাও কৰিলে কাকতিবাৰী আৰক্ষী থানা।
জলজীৱন মিছনৰ ঠিকাদাৰে AJYCP ৰ স্থানীয় নেতাক প্ৰহাৰৰ প্ৰতিবাদ দল-সংগঠনৰ।
অভিযুক্ত ঠিকাদাৰ নিৰ্মল ম’ৰক ঘটনাৰ বাৰ ঘণ্টাৰ পিছতো গ্ৰেপ্তাৰ কৰিব নোৱাৰাত তীব্ৰ প্ৰতিক্ৰিয়া।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *