সোণাৰিত আৰক্ষী জোৱানৰ আকস্মিক মৃত্যু। কৰ্তব্যৰত অৱস্থাতে মৃত্যু জোৱান ৰবীন গগৈৰ। নামতোলাৰ পানীগছ অঞ্চলত তালাচীৰত অৱস্থাতে অসুস্থ হৈ পৰে জোৱানজন। ততালিকে পত্নীয়ে ভৰ্তি কৰে চৰাইদেউ অসামৰিক চিকিৎসালয়ত। চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় জোৱান ৰবীন গগৈৰ। ডিমৌত ঘৰ মৃত ৰবীন গগৈৰ।
