সোণাপুৰ আৰক্ষীৰ জালত বাইক চোৰৰ গেং।
সোণাপুৰ-ডিমৰীয়াৰ ভিন্নস্থানত চুৰি হৈছিল ৫খন বাইক।
মহিলাসহ ৪ বাইক চোৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
বাইককেইখন উদ্ধাৰ কৰে মেঘালয়ৰ নংপো অঞ্চলৰ পৰা।
চোৰৰ গেংটোক আটক কৰি জে’ললৈ প্ৰেৰণ আৰক্ষীৰ।