সামাজিক মাধ্যমৰ যোগেদি শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰি বিতৰ্কত সোমাই পৰিছিল হেমা মালিনী

চ’তে গৈ গৈ বহাগে পালেহি ফুলিলে ভেবিলী লতা,কৈ থাকোতে উৰকে নপৰে আমাৰ সকলোৰে ৰঙালী বিহুটিৰ কথা।
আৰম্ভ হল অসমীয়া বাপোতিসাহোন হেপাঁহৰ ৰঙালী বিহু ৷ অসমৰ আকাশে বতাহে এতিয়া কেৱল বিহুৰ আনন্দ উল্লাস ৷সামাজিক মাধ্যমৰ যোগেদি শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰি বিতৰ্কত সোমাই পৰিছিল হেমা মালিনী ৷ বৃহস্পতিবাৰে ৩ ৰাজ্যৰ উৎসৱৰ প্ৰাকক্ষণত টুইটাৰ যোগেদি শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছিল হেমা মালিনীয়ে ৷ সেই সমসয়তে বিহুক বিহাৰৰ বুলি কৈছিল অভিনেত্ৰী গৰাকীয়ে অৱশেষত ড্ৰীম গাৰ্ল হেমামালিনীয়ে স্বীকাৰ কৰিলে নিজৰ ভুল। তেওঁ টুইটযোগে উল্লেখ কৰে যে ভুলতে তেওঁ বিহুক বিহাৰৰ বুলি উল্লেখ কৰিছে। মোক ক্ষমা কৰিব। সেয়া বিহু, অসমৰ উৎসৱ হ’ব লাগে।





By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *