সাংসদ হিচাপে শপত ল’লে কাৰাবন্দী অমৃতপাল সিঙে

98

সাংসদ হিচাপে শপত ল’লে কাৰাবন্দী অমৃতপাল সিঙে৷

শপত গ্ৰহণৰ পাছত পুনৰ ডিব্ৰুগড় কাৰাগাৰলৈ অনা হ’ল অমৃতপালক৷

শপত গ্ৰহণৰ বাবে ৪ দিনৰ বাবে মুক্তি লাভ কৰিছিল অমৃতপালে৷

সম্প্ৰতি ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ আছে অমৃতপাল সিং৷