সম্পূৰ্ণৰূপে বিলুপ্ত হ’ব ৰাষ্ট্ৰদ্ৰোহ আইন

সম্পূৰ্ণৰূপে বিলুপ্ত হ’ব ৰাষ্ট্ৰদ্ৰোহ আইন। IPC-CRPC আইনৰো ঘটিব অৱসান। লোকসভাত ভাৰতীয় ন্যায় সংহিতা বিধেয়ক উত্থাপন। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্থাপন কৰিলে বিধেয়ক। ৰাষ্ট্ৰদ্ৰোহৰ আইনক লৈ ভিন্ন সময়ত সৃষ্টি হৈছিল বিতৰ্কৰ। এনে বিতৰ্কৰ পাছতে ৰাষ্ট্ৰদ্ৰোহ আইনৰ বিলুপ্তি ঘটোৱাৰ প্ৰস্তুতি।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *