বিশ্বনাথৰ গড়েঁহাগী পঞ্চায়তৰ অন্তৰ্গত গলিয়া গাৱঁত প্ৰধানমন্ত্ৰী আৱাস যোজনা আচঁনিৰ সম্পূৰ্ণ হোৱা গৃহৰ সমগ্ৰ অসম ৩ লাখ গৃহৰ আজি গৃহ প্ৰবেশৰ শুভ উদ্বোধন কাৰ্যসূচী অনুষ্ঠিত হয়৷ সমগ্ৰ অসমৰ লগতে বিশ্বনাথৰ গড়েঁহাগী পঞ্চায়তৰ অন্তৰ্গত গলিয়া গাৱঁত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আচঁনিৰ অধীনৰ সম্পূৰ্ণ হোৱা গৃহ সমূহৰ প্ৰবেশৰ শুভ উদ্বোধন কৰা হয়৷ উক্ত গৃহ প্ৰবেশ কাৰ্যসূচীৰ গৃৰ শুভ উদ্বোধন কৰে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে৷উক্ত কাৰ্যসূচীত গড়েঁহাগী গাওঁ পঞ্চায়তৰ সভানেত্ৰী ৰঞ্জু পৰাজুলি,এ পি সদস্য ৰঞ্জিত কলিতা আৰ পঞ্চায়তৰ সমূহ বিষয়ববীয়া সদস্যৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।
