শোণিতপুৰৰ বৰছলাত অবৈধ মাৰণাস্ত্ৰসহ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ

শোণিতপুৰৰ বৰছলাত অবৈধ মাৰণাস্ত্ৰসহ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ। মুছলিম চাপৰিৰ পৰা মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ ২ চোৰাং চিকাৰীক। ধৃত চোৰাং চিকাৰী দুটা জুলফিকৰ আলী, তজিবুৰ ৰহমান। বন বিভাগ, আৰক্ষীৰ অভিযানত জব্দ দুটা 7.65mm পিষ্টল। ৩ ৰাউণ্ড সক্ৰিয় গুলী, দুটা ম’বাইলো জব্দ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *