শীঘ্ৰেই দেশৰ কোটি কোটি জনতাৰ একাউণ্টত সোমাব চৰকাৰী ধন

শীঘ্ৰেই দেশৰ কোটি কোটি জনতাৰ একাউণ্টত সোমাব চৰকাৰী ধন।
উল্লেখযোগ্য যে চৰকাৰে আগবঢ়াব ২০০০কৈ টকা।
এই মাহতেই PM KISHANৰ ১৪ নম্বৰ কিস্তি মুকলি কৰাৰ সম্ভাৱনা আছে চৰকাৰে।
আপোনাৰ ধন সোমাইছে নে নাই বা আপোনাৰ নাম আছে নে নাই চাবলৈ
লগ ইন কৰক pmkisan.gov.inত।
তাৰ পাছত ক্লিক কৰক FARMERS CORNER অপশ্যনত।পেজৰ BENEFICIARY LISTত অপশ্যনত ক্লিক কৰি আপুনি
তাৰ পাছত ৰাজ্য, জিলা, ব্লক, গাঁৱৰ নাম ছিলেক্ট কৰিব লাগিব
ছিলেক্ট কৰাৰ পিছত চাব পাৰিব তালিকাত আপোনাৰ নাম।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *