শিৱসাগৰত আছুৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ

শিৱসাগৰত আছুৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ।
টোল গেটৰ কৰ বৃদ্ধি আৰু জনবিৰোধী সিদ্ধান্ত বাতিলৰ দাবীত এই প্ৰতিবাদ। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী । আছুৰ দ্বাৰা এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ হয় ।শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আজি অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি ৰন্ধন গেছ বিদ্যুৎ মাচুল, টোল গেটৰ কৰ বৃদ্ধি আৰু কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰৰ এই জনবিৰোধী সিদ্ধান্ত বাতিল কৰাৰ দাবীত প্ৰতিবাদ । য’ত সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি মানব হাজৰিকা ডাঙৰীয়াই এই বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *