শিলচৰত নকল যোগনিয়াৰ খোদ কলেজৰ অধ্যক্ষ৷ কাছাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ সিদ্ধাৰ্থ শংকৰ নাথৰ বিৰুদ্ধে অভিযোগ৷ আত্মীয় পৰীক্ষাৰ্থীক ছিক বেডত বহাই নকল যোগান অধ্যক্ষৰ৷ আত্মীয় পৰীক্ষাৰ্থীক হলৰ পৰিৱৰ্তে বহাইছিল ছিক বেডত৷ সোমবাৰে অনুষ্ঠিত হোৱা HSSৰ পৰীক্ষাত এই ঘটনা৷