লৱাৰ দিবাং প্ৰকল্পৰ সুৰংগ খহি মৃত্যু এজন শ্ৰমিকৰ। মৃত শ্ৰমিকজন কোচবিহাৰৰ পৰিমল উদয়। অৰুণাচলৰ লৱাৰ দিবাং প্ৰকল্পৰ এটা সুৰংগত কাম কৰি আছিল পৰিমলে। সোমবাৰে পুৱতি নিশা কাম কৰি থাকোঁতে হঠাৎ মাটি খহি মৃত্যু হয় শ্ৰমিকজনৰ। মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰয়িং হাস্পতাললৈ প্ৰেৰণ মৃতদেহ।
লৱাৰ দিবাং প্ৰকল্পৰ সুৰংগ খহি মৃত্যু এজন শ্ৰমিকৰ
