লিডুৰ ক্ষুদ্ৰ প্রাথমিক স্বাস্থ্য কেন্দ্ৰটো উন্নত কৰণৰ দাবীত জাতীয়তা যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ সাব্যস্ত

লিডুৰ ক্ষুদ্ৰ প্রাথমিক স্বাস্থ্য কেন্দ্ৰটো উন্নত কৰণৰ দাবীত জাতীয়তা যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ সাব্যস্ত

লিডুৰ ক্ষুদ্ৰ প্রাথমিক স্বাস্থ্য কেন্দ্ৰটো উন্নত কৰণৰ ও পৰ্যাপ্ত ঔষধ যোগান ধৰা লগতে শিশু চিকিৎসক এজন নিয়োগ কৰাৰ দাবীত দাবীত জাতীয়তা যুৱ ছাত্ৰ পৰিষদে এক বিক্ষোভ কাৰ্যসূচী সাব্যস্ত কৰে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ লিডু শাখা সমিতি উদ্যোগত ৰূপায়ণ কৰা এই বিক্ষোভ কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলাৰ সাধাৰণ সম্পাদক কাঞ্চন বড়া উপস্থিত থাকি অসমৰ চৰকাৰ তথা স্বাস্থ্য বিভাগৰ প্ৰতি সৰৱ হৈ পৰে। প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায়! হায়! বিজেপিৰ চৰকাৰ মুৰ্দাবাদ, বিধায়ক ভাস্কৰ মুৰ্দাবাদ আদি শ্লোগানেৰে লিডু ৰাজপথ উত্তাল কৰি তোলে।





By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *