লাহৰীঘাট ৰাজহ চক্ৰ বিষয়া কৰ্য্যালয়ৰ সন্মুখত মৰিগাঁওজিলা ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

লাহৰীঘাট ৰাজহ চক্ৰ বিষয়া কৰ্য্যালয়ৰ সন্মুখত মৰিগাঁও জিলা ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ ।2ঘণ্টীয়া অৱস্থান ধৰ্মঘট,কৰে প্ৰতিবাদকাৰীয়ে।
মৰিগাঁও জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত লাহৰীঘাট ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত ব্ৰহ্মপুত্ৰ গড়াখহনীয়া স্থায়ী প্ৰতিৰোধৰ দাবীত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰা হয় পোৱাৰ দহ বজাৰ পৰা বাৰ বজাৰলৈ।
প্ৰতিবাদী সভাত উপষ্ঠিত থাকে মৰিগাঁও জিলা কেন্দ্ৰীয় সমিতিৰ সভাপতি/সম্পাদক ক্ৰমে মানস কোৱঁৰ আৰু প্ৰাঞ্জল কলিতা।
প্ৰতিবাদৰ কাৰীয় সকলে লাহৰীঘাট ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসম চৰকাৰলৈ পাচঁ দফীয়া দাবী সম্বলিত এক পত্ৰ প্ৰেৰণ কৰে।
চৰকাৰে কেনে প্ৰদক্ষেপ গ্ৰহণ সেয়া লক্ষনীয় হব।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *