লাহৰীঘাট আৰক্ষীৰ বৃহৎ সাফল্য।লাহৰীঘাট বৰছালাৰ আৰক্ষীৰ দুটা ড্ৰাগছ সবৰাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।পশ্চিম গৰৈমাৰীৰ পৰা বৰছলাৰ আৰক্ষী চকীৰ ভাৰপাপ্ত আৰক্ষী বিষয়া জুনুৰাম দেউৰীৰ নেতৃত্বত ড্ৰাগছ সৰাকাৰীৰ কেইটা হবিবুৰ ৰহমান মফিদুল ইছলামক গ্ৰেপ্তাৰ কৰে।এই দুটা ড্ৰাগছ সবৰাকাৰীয়ে দীৰ্ঘদিন ধৰি চলাই আছিল অবৈধ ব্যৱসায়। অৱশেষত আৰক্ষীয়ে ড্ৰাগছ সবৰাকাৰী কেইটাক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যহত ৰাখিছে।
