লাহৰীঘাটত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ ।



✍️ লাহৰীঘাটত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ ।

✍️ ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটা হল নৰচিংবড়ী গাৱৰ ৰফিকুল ইছলাম আৰু বাহাৰুল ইছলাম ।

✍️ লাহৰীঘাটৰ বৰছলা আৰক্ষীয়ে অভিযান চলাই এই ধৃত লোকদুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

✍️ তেওঁলোকৰ পৰা দুটা ড্ৰাগছভৰ্তি চাবোনৰ বক্স উদ্ধাৰ কৰে আৰক্ষীয়ে ।

✍️ ড্ৰাগছখিনিৰ ওজন প্ৰায় ২৪ . ৪৫ গ্ৰাম হব বুলি জানিব পৰা গৈছে ।

✍️ ড্ৰাগছসহ ধৃত লোকদুজনক আজি মৰিগাওঁ জেল হাজোতলৈ প্ৰেৰণ কৰা হয় ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *