লালুক আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ

লালুক আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ।

লালুক আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নয়ন জ্যোতি ডেকা আৰু চক্ৰ পৰিদৰ্শক মানৱেন্দ্ৰ ডেকাৰ নেতৃত্বত চলা ড্ৰাগছ বিৰোধী অভিযানত ২টা ড্ৰাগছ সৰবাৰাহকাৰী আটক ।
গোপন সূত্ৰৰ পম খেদি লালুক আৰক্ষী থানৰ অন্তৰ্গত ২নং কেহুতলী গাৱৰ পৰা আটক কৰে ড্ৰাগছ সৰবাৰাহকাৰী দুজনক।
ছিলনিবাৰীৰ খনাজানৰ পৰা নাম্বাৰবিহীন বলেৰো বাহনেৰে লালুকৰ ২নং কেহুতলিত বিক্ৰী কৰিবলৈ আহি আটক ধৃত ক্ৰমে জীয়াবোৰ ৰহমান আৰু নুৰজামাল আলী

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *