লাকুৱাৰ উৰিয়াঘাটত অঘটন।দিচাং নৈৰ বাঢ়নী পানীত পৰি সলিল সমাধি এগৰাকী পঞ্চম শ্ৰেণী ছাত্ৰীৰকলৰ ভূৰ সাজি খেলি থকা অৱস্থাতে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাতো
মৃত ছাত্ৰী গৰাকীৰ বয়স প্ৰায় ১০ বছৰ ।
মৃত ছাত্ৰী গৰাকীৰ নাম সুকুমাৰী চনাই
প্ৰায় ৭ জনীয়া এটা শিৱসাগৰৰ SDRF ৰ দলে বৰ্তমান উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে মৃতদেহ ।
এখন কলৰ ভূৰত উঠি যাত্ৰা কৰাৰ সময়তে সংঘটিত হয় এই অঘটন ।
বিগত কেইবাদিনো ধৰি দিচাং নৈ বাঢ়নি পানীয়ে ধাৰণ কৰা কাল ৰূপৰ ফলত লাকুৱাৰ বিস্তৃৰ্ণ অঞ্চল বানপানীৰ কবলত পৰাৰ ফলতে সংঘটিত হৈছে এনে অঘটন ।