লখিমপুৰৰ নাওবৈচাৰ ১২ মাইলত ভয়ংকৰ পথ দুৰ্ঘটনা

লখিমপুৰৰ নাওবৈচাৰ ১২ মাইলত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত এজন বাইক আৰুহী, নিহত লোকজনৰ নাম নিকু নন্দি ।
লখিমপুৰৰ পৰা বিহপুৰীয়া অভিমুখে আহি থকা অৱস্থাত ৰাস্তাত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মাৰি তেওঁ নিহত হয় বুলি জানিব পৰা গৈছে।

বৰ্তমান ২৮ বছৰীয়া নিকু নন্দীক লালুক আদৰ্শ চিকিৎসালয়ৰ পৰা লালুক আৰক্ষী থানাত মৃত দেহ ৰখা হৈছে । পোৱা মৰোনওত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ মেডিকেল কলেজললৈ প্ৰেৰণ কৰা হব ।

নিহত নিকু নন্দিৰ ঘৰ বিহপুৰীয়াত বুলি জানিব পৰা গৈছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *