লখিমপুৰত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদী কাৰ্যসূচী

লখিমপুৰত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদী কাৰ্যসূচী
আজি লখিমপুৰ নগৰত অসমীয়া যুৱ মঞ্চই গ্ৰহণ কৰিলে এক প্ৰতিবাদী কাৰ্যসূচী।

চিৰিয়াখানাৰ পৰা গড়, বান্দৰ আদি জীৱ জন্ত সমূহ আম্বানীক দিয়াৰ বিৰোধিতা কৰি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰি কয় যে কোনো ক্ষেত্ৰত এই কথা মানি নলয় অসমৰ চিৰিয়াখানাৰ জীৱ জন্তুক আম্বানীক গটাই দিয়াটো।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *