লক্ষীমপুৰত পুৱাই পুনৰ এক পথ দুৰ্ঘটনাত থিতাতে নিহত এজন।

লক্ষীমপুৰত পুৱাই পুনৰ এক পথ দুৰ্ঘটনাত থিতাতে নিহত এজন।
লখিমপুৰ জিলাৰ দ’লহাটত পুৱাই সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।
নৱ শইকীয়া নামৰ প্ৰায় ৭৫ বছৰীয়া এজন চাইকেল আৰোহীক এখন মাৰুতি গাড়ীয়ে খুন্দিয়াই নিহত কৰে ।
লখিমপুৰ ফালৰ পৰা আহি থকা অৱস্থাত AS 07BC 0405 নামৰ এখন maruti গাড়ীয়ে সংঘটিত কৰে এই দুঘটনাটো।
দুৰ্ঘটনা সংঘটিত কৰিয়েই বাহন খন পলাই যায় যদিও আৰক্ষীযে কৰায়ত্ত কৰিবলৈ সক্ষম হয়।
দ’লহাট চি কে মিছনৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনাটো।

ইতিমধ্যে স্থানীয় আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ নিহত ব্যক্তি জনক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰৰেন কৰিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *