লংকাত অসম আৰক্ষীৰ বৃহৎ অভিযান

আৰক্ষীৰ অভিযানত লামডিং-লংকা সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ২ কোটি ৫০ লাখ টকাৰ নিচাজাতীয় টেবলেট জব্দ ৷ আৰক্ষীয়ে নগাঁৱৰ দুজন যুৱকক আটক কৰিছে ৷
আটকাধীন দুজন যুৱক ক্ৰমে ভাস্কৰ চৰকাৰ আৰু ইয়াচিৰ আলি ৷
WB 74 AW 0889 নম্বৰৰ বাহনেৰে নগাঁৱৰ পৰা লামডিং অভিমুখে অহাৰ সময়তে ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰে সামগ্ৰীখিনি।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *