যোৰহাট বাহবাৰীত সংঘটিত হৈছে অপহৰণৰ ঘটনা



যোৰহাট বাহবাৰীত সংঘটিত হৈছে অপহৰণৰ ঘটনা

অপহৃত হৈছে অমৰজিৎ প্ৰসাদ নামৰ এজন ছাত্ৰ

অপহৰণকাৰীয়ে ৫০ লাখ টকাৰ মুক্তিপন বিছৰাৰ কথা পোহৰলৈ আহিছে

এই সন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ লোকে যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰিছে

অমৰজিৎ প্ৰসাদ ঘৰ যোৰহাটৰ বাঁহ বাৰীত আৰু তেওঁ ৰাধেশ্যাম প্ৰসাদ নামৰ ঠিকাদাৰ গৰাকীৰ পুত্ৰ



ইতিমধ্যে অমৰজিৎ প্ৰসাদৰ মটৰ চাইকেল খন যোৰহাটৰ ট্ৰেইন ষ্টেচনত পোৱা গৈছে



মটৰ চাইকেল খনৰ নাম্বাৰ AS-03AG-4652

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *