যোৰহাট আৰক্ষীৰ নিকৃষ্ট কৰ্মকাণ্ড! এম্বুলেন্সক আবদ্ধ কৰি মন্ত্ৰীৰ বাবে খালী ৰাখিলে পথ। বহু সময় ধৰি ৰাজপথত আবদ্ধ ৰোগীসহ এম্বুলেন্স। মন্ত্ৰী পাৰ হৈ যোৱাৰ পাছতহে যাবলৈ দিয়া হ’ল এম্বুলেন্স। আৰক্ষীৰ স্পৰ্ধা দেখি হতবাক বহু পথচাৰী।