মৰিগাঁৱৰ লাহৰীঘাটত আৰক্ষী-বন বিভাগৰ যৌথ অভিযান

67

মৰিগাঁৱৰ লাহৰীঘাটত আৰক্ষী-বন বিভাগৰ যৌথ অভিযান৷

দাতিয়ালবড়ী গাঁৱৰ ছামছুল হকৰ ঘৰত অভিযান দলটোৰ৷

অভিযানত উদ্ধাৰ মাৰণাস্ত্ৰৰ লগতে গুলী-বাৰুদ৷

উদ্ধাৰ এটা ৰাইফল আৰু ১৬ জাঁই সক্ৰিয় গুলী৷

অভিযানকাৰী দলটোৱে গ্ৰেপ্তাৰ কৰে ছামছুল হকক৷