মৰিগাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।দেওবাৰে নিশাৰ ভাগত সংঘটিত হয় পথ দুৰ্ঘটনাটো।ধৰমতুলত ৰৈ থকা ট্রাকত খুন্দা টাটা ACE বাহনৰ।ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত ৩ জন।গুৰুতৰভাৱে আহত ৩ জনক প্রেৰণ GMCHলৈ।নিহতকেইজন ইউনিছ চান্দ, মহম্মদ আৰু ছাহজাদ।ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ।
