মৰিগাঁও PMGKAY আঁচনিৰ কেলেংকাৰী সন্দৰ্ভত মৰিগাঁৱৰ উপায়ুক্ত কাৰ্য্যালয়ত সংবাদমেল

মৰিগাঁও PMGKAY আঁচনিৰ কেলেংকাৰী সন্দৰ্ভত মৰিগাঁৱৰ উপায়ুক্ত কাৰ্য্যালয়ত সংবাদমেল

মৰিগাঁও লোচনাবৰী সমবায় সমিতিত সংঘটিত হোৱা কেলেংকাৰীত সমবায় কেইবাজনো এজেণ্ট পলাতক হৈ আছিল।

যোৱা নিশা মৰিগাঁও আৰক্ষীয়ে ঘটনা সন্দৰ্ভত নিশা অভিযান চলাই ৮ জনক আটক কৰে।
ধৃত আব্দুল চাত্তাৰ, নাজিৰ হুছেইন, চহিদুল ইছলাম, মজিবুৰ ৰহমান, চফুল উদ্দিন, চফিকুল ইছলাম, আমিৰুদ্দিন, ছিদ্দিক আলীক আটক কৰে আৰক্ষীয়ে। ৮ জনক মৰিগাঁও সদৰ থানাত জেৰা অব্যাহত ৰখা হৈছে উক্ত ঘটনা সন্দৰ্ভত মৰিগাঁও উপায়াক্ত কাৰ্য্যলয়ত এখন সংবাদ মেল আয়োজন কৰা লগতে সংবাদমেলত জিলা উপায়ুক্ত দেৱাশীষ শমা লগতে আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস উপস্থিত থাকে

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *