মৰিগাঁও জিলা বাসীৰ বাবে এটি সুখৱৰ!বহু প্ৰতিক্ষাৰ অন্তত মৰিগাঁও জিলা বাসীৰ বাবে শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়ত প্ৰায় ৩০ কোটি টকা ব্যয় সাপেক্ষে নতুনকৈ নিৰ্মাণ কৰা অত্যাধুনিক মাতৃ আৰু শিশু স্বাস্থ্য বিভাগটো জিলা বাসীৰ বাবে মুকলি কৰে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ, সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীয়ুজ হাজৰিকাই। নতুনকৈ সংযোজিত হোৱা ১০০খন বিছনাৰ লগতে এটি ১৯ খন বিছনা যুক্ত ICU কক্ষ আজি মন্ত্ৰীদ্বয়ে জিলা বাসীৰ বাবে মুকলি কৰে।আনহাতে বিৰোধীঐক্যৰ INDIA ৰ সহযোগী ৰাজনৈতিক দল সমূহৰ লোকসভাৰ আসন ভাগ বতৰা কৰা সন্দৰ্ভত প্ৰকাশ কৰিলে গুৰুত্বপূৰ্ণ মন্ত্যব।
