মৰিগাঁওত কলেজৰ ছাত্ৰীক চুৰিৰে আঘাট অচিনাকি দুৰ্বৃত্তৰ।মৰিগাঁওত চাঞ্চল্যকৰ ঘটনা। মৰিগাঁও জ্ঞানদীপ চিনিয়ৰ ছেকেণ্ডাৰীত একাদশ শ্ৰেণীত অধ্যয়ন এইগৰাকী ছাত্ৰীৰ ওপৰত আক্ৰমণ দুই অচিনাকি দুৰ্বৃত্তৰ । ছাত্ৰী গৰাকীৰ নাম ফাৰিয়া ৰহমান ।টমটমেৰে কলেজলৈ আহি থকাৰ অৱস্থাত বাইকত অহা দুই অচিনাকি দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আঘাট কৰি আহত কৰে । বৰ্তমান মৰিগাঁও অসামৰিক চিকিৎসালয়লত চিকিৎসধীন অৱস্থাত হৈ আছে ছাত্ৰী গৰাকী ।
