মৈৰাবাৰীৰ লেংৰিবৰীত দুটা ফৈদৰ মাজত ভূমি কেন্দ্ৰিক সংঘৰ্ষ।গুৰুতৰ বাবে আহত কেইবাজনো।মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত লেংৰিবৰী গাঁৱত দুটা ফৈদৰ মাজত ভূমিক লৈ হোৱা সংঘৰ্ষত দহ জনকৈ লোক গুৰুতৰ বাবে আহত হয়।
মাটি -বাৰীক কেন্দ্ৰ কৰি সংঘৰ্ষৰটোৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে।আহত সকলৰ নাম:ক্ৰমে:গোলজাৰ হুছেইন, দিলোৱাৰ হুছেইন, মুস্তফা আহমেদ, আকীবোৰ ৰহমান, নেকীবোৰ ৰহমান, হাজেৰা খাতুন, য়াছমীনা খাতুন, ৰমিছা খাতুন, কুলছুমা খাতুন, সাঁছমীনা খাতুন আনহাতে আবু শ্বহীদ ৰুকিয়া খাতুন উমে হাবিবাৰ অৱস্থা সংকটঃ জনক হোৱাত মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।