মৈৰাবাৰীত বগা সাৰৰ ক’লা ব্যাৱসায়

মৈৰাবাৰীত বগা সাৰৰ ক’লা ব্যাৱসায়।কৃষি বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ একাংশ ব্যৱসায়ীয়ে অধিক দামত বিক্ৰী কৰি আহিছে ইউৰিয়া সাৰ।কানসাৰ নাই কৃষি বিভাগৰ।২৬০ টকা বস্তাৰ পৰিৱৰ্তে মুনাফা লোভী ব্যৱসায়ীয়ে বিক্ৰী কৰি আহিছে ৩০০/৪০০ টকাকৈ প্ৰতি বস্তা।ইউৰীয়া সাৰ বিক্ৰী কৰিবলৈ মৈৰাবাৰীৰ এইসকল ব্যৱসায়ীৰ নাই কোনোধৰনৰ বিভাগীয় অনুজ্ঞাপত্ৰ।চৰকাৰী নীতি নিয়মক ভৰিৰে মোহাৰি মৈৰাবাৰীত এনেদৰেই চলিচে বগা সাৰৰ ক’লা ব্যৱসায়।মৈৰাবাৰীৰ মন্নান আৰু সুগুলতলিৰ জহিৰুল ইছলামে কৃষক সকলক সাৰ যোগান দিয়াৰ পৰিৰ্বতে মুকলি বজাৰত এই সকল ব্যৱসায়িক বিক্ৰী কৰিছে সাৰ ৩৫০ টকাত।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *