মৈৰাবাৰীত ছয় জনকৈ জুৱাৰী গ্ৰেপ্তাৰ

মৈৰাবাৰীত ছয় জনকৈ জুৱাৰী গ্ৰেপ্তাৰ। উদ্ধাৰ বুজন পৰিমাণৰ অবৈধ সামগ্ৰী।মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বহলাৰমুখত যোৱা কালি নিশা ছয়টাকৈ জুৱাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
মৈৰাবাৰী আৰক্ষীৰ এক অভিযানত জুৱা খেলি থকা অৱস্থাত আটক কৰা জুৱাৰী কেইটা ক্ৰমে:ছাদিকুল ইছলাম, হিবজুৰ ৰহমান, আৰিফুল ইছলাম,ছুৰুজ আলী, আজহাৰুল ইছলাম, আৰু ইজাজুল ইছলাম। আটাই কেইটা জুৱাৰীৰ ঘৰ মৰিগাঁও জিলাৰ বহলাৰমুখ গাঁৱত।
জুৱাৰী কেইটাৰ পৰা মৈৰাবাৰী আৰক্ষীয়ে বুজন পৰিমাণৰ জুৱা খেলত ব্যবৰ্হিত অবৈধ সামগ্ৰী আৰু নগদ ২২,৭০০ টকা উদ্ধাৰ কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *